Shopping cart

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

TnewsTnews
  • Home
  • ভাৰত
  • শ্বেফালী জাৰিৱালাৰ মুম্বাইত যোৱা ২৭ জুন ২০২৫ ত মৃত্যু ঘটিছে ।
ভাৰত

শ্বেফালী জাৰিৱালাৰ মুম্বাইত যোৱা ২৭ জুন ২০২৫ ত মৃত্যু ঘটিছে ।

Email :5

শ্বেফালী জাৰিৱালাৰ মৃত্যুৰ সময়ত বয়স আছিল ৪২ বছৰ।

বিগ বছ ১৩ ৰিয়েলিটী শ্ব’ৰ তেওঁ এগৰাকী অংশগ্ৰহণকাৰী ৰূপে দৰ্শকৰ হৃদয় জিনিবলৈ সক্ষম হৈছিল।

২০০৪ চনত ‘মুঝছে ছাদি কৰোগী’ চিনেমাখনতো তেওঁৰ অভিনয় দৰ্শকে আদৰি লৈছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *

Related Posts