Shopping cart

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

TnewsTnews
  • Home
  • উত্তৰ-পূব
  • অসম
  • শোণিতপুৰৰ চাৰিদুৱাৰত অৱস্থিত নেভিল উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ২৯ জুলাই ২০২৫ ত অখিল ভাৰতীয় বিদ্যা সমাগমৰ অধীনত ধৰিত্ৰী আবাসৰ ভাৰ্চুৱেলি আধাৰশিলা স্থাপন কৰে ভাৰত চৰকাৰৰ মানৱ সম্পদ মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান ডাঙৰীয়াই।
অসম

শোণিতপুৰৰ চাৰিদুৱাৰত অৱস্থিত নেভিল উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ২৯ জুলাই ২০২৫ ত অখিল ভাৰতীয় বিদ্যা সমাগমৰ অধীনত ধৰিত্ৰী আবাসৰ ভাৰ্চুৱেলি আধাৰশিলা স্থাপন কৰে ভাৰত চৰকাৰৰ মানৱ সম্পদ মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান ডাঙৰীয়াই।

Email :23

চাৰি কোটি টকা ব্যয় সাপেক্ষে এশ গৰাকী ছাত্ৰ-ছাত্ৰীৰ বাবে নিৰ্মাণ হʼবলগীয়া আৱাস গৃহৰ আধাৰশিলা স্থাপন কাৰ্যসূচীত অংশগ্ৰহণ কৰি নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই কয় যে চৰকাৰৰ এনে পদক্ষেপে ছাত্ৰ-ছাত্ৰীসকলৰ বাবে আশাৰ বতৰা কঢ়িয়াই আনিব। অনুষ্ঠানত এ এছ ডি চিৰ এম ডি গৌতম কুমাৰ মজুমদাৰ আৰু এ ই ই ব্ৰজৰাজ ভট্টচাৰ্য উপস্থিতি আছিল। উল্লেখ্য যে, নদুৱাৰ সমষ্টিৰ অন্তৰ্গত তিনিখন বিদ্যালয় ক্ৰমে নেভিল উচ্চতম মাধ্যমিক বিদ্যালয়, চেঙেলীমাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু বালিজুৰি বিদ্যালয়ত আজি সুবিধা প্ৰদান কৰা হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Related Posts