Shopping cart

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

TnewsTnews
  • Home
  • উত্তৰ-পূব
  • অসম
  • যোৱা ৪ নৱেম্বৰ তাৰিখে শিৱসাগৰৰ টি আৰ বি ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ ছাত্ৰ-ছাত্ৰীৰ কন্যকা বহুমুখী কৃষিপামলৈ শিক্ষামূলক ভ্ৰমণৰ বাবে আগমন ঘটে।
অসম

যোৱা ৪ নৱেম্বৰ তাৰিখে শিৱসাগৰৰ টি আৰ বি ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ ছাত্ৰ-ছাত্ৰীৰ কন্যকা বহুমুখী কৃষিপামলৈ শিক্ষামূলক ভ্ৰমণৰ বাবে আগমন ঘটে।

Email :20

ছাত্ৰ-ছাত্ৰীৰ সৰ্বাঙ্গীন বিকাশৰ ক্ষেত্ৰত শৈক্ষিক ভ্ৰমণে এক বিশেষ ভূমিকা পালন কৰে। বিদ্যালয় তথা মহাবিদ্যালয়সমূহে এই পদক্ষেপ গ্ৰহণ কৰিলে ছাত্ৰ-ছাত্ৰীৰ ব্যৱহাৰিক জ্ঞানৰ পৰিসৰ বৃদ্ধি হয়। যোৱা ৪ নৱেম্বৰ তাৰিখে শিৱসাগৰৰ এখন অগ্ৰণী শিক্ষানুষ্ঠান টি আৰ বি ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ ছাত্ৰ-ছাত্ৰীসকলে শিক্ষক-শিক্ষয়িত্ৰীসকলৰ সৈতে আহি কন্যকা বহুমুখী কৃষিপামত শিক্ষামূলক ভ্ৰমণৰ বাবে উপস্থিত হয়। যোৱাকালি এই শিক্ষানুষ্ঠানৰ শিক্ষাগুৰু তথা ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে সময় অতিবাহিত কৰি সুখী অনুভৱ কৰে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই। তেখেতে আশা কৰে যে শিক্ষাগুৰুসকলৰ মাৰ্গদৰ্শনত ছাত্ৰ-ছাত্ৰীসকলে নিজৰ শৈক্ষিক জীৱনত সফলতা লাভ কৰিবলৈ সক্ষম হ’ব।

Leave a Reply

Your email address will not be published. Required fields are marked *

Related Posts