Email :17
এই বিনামূলীয়া পাঠদান কাৰ্যসূচীৰ ফলত ছাত্ৰ-ছাত্ৰীসকল উপকৃত হ’ব বুলি বিধায়কগৰাকীয়ে আশা প্ৰকাশ কৰে। ইংৰাজী অংক আৰু বিজ্ঞানৰ পাঠদান প্ৰদান কৰা হৈছিল।প্ৰমাণ-পত্ৰ বিতৰণ অনুষ্ঠান ভাগত আত ধৰে সন্মিলনীৰ সাধাৰণ সম্পাদক ভাৰত নাথে । সঞ্চালকৰ আসন শুৱনি কৰে প্ৰণৱ জ্যোতি নাথে, বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে দিবাংগণা মোহন (ACS) কাব্যশ্ৰী দিহিঙ্গীয়া (ACS) নিৰ্দিষ্ট বক্তা হিচাপে জীৱন বৰা প্ৰাক্তন অধ্যক্ষ জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয় বিশিষ্ট অতিথি চাহাবুদ্দিন আহমেদদেৱ, প্ৰাক্তন অধ্যক্ষ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ৰ শতাধিক ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয় আৰু ৩০ গৰাকীৰো অধিক অধ্যাপক, শিক্ষক লগতে ৩ শতাধিক অভিভাৱকো উপস্থিত আছিল।