Email :26
যোৱা ২৭ অক্টোবৰ তাৰিখে নদুৱাৰ সমষ্টিৰ বিভিন্ন ষট পূজা স্থলীত উপস্থিত হৈ এগছি বন্তি জ্বলাই ৰাইজৰ মংগল কামনাৰে প্ৰাৰ্থনা জনাই নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই। ধৰ্মীয় আস্থাৰ প্ৰতীক ষট পূজা উপলক্ষ্যে শুভকামনা যাচি তেখেতে এই পৰম্পৰাগত উৎসৱে সমাজলৈ সমন্বয়ৰ বাৰ্তা কঢ়িয়াই আনিব বুলি আশা কৰে।













