Shopping cart

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

TnewsTnews
  • Home
  • মনোৰঞ্জন
  • যোৱা ২৫ চেপ্তেম্বৰৰ পৰা আৰম্ভ হোৱা জিৰ’ মিউজিক ফেষ্টিভেল ২০২৫ ত প্ৰয়াত জুবিন গাৰ্গলৈ ৭ নং ভাৰতীয় বায়ুসেনা বেণ্ডৰ শ্ৰদ্ধা নিবেদন।
মনোৰঞ্জন

যোৱা ২৫ চেপ্তেম্বৰৰ পৰা আৰম্ভ হোৱা জিৰ’ মিউজিক ফেষ্টিভেল ২০২৫ ত প্ৰয়াত জুবিন গাৰ্গলৈ ৭ নং ভাৰতীয় বায়ুসেনা বেণ্ডৰ শ্ৰদ্ধা নিবেদন।

Email :36

অৰুণাচল প্ৰদেশৰ জিৰ’ত অনুস্থিত হোৱা ২০২৫ বৰ্ষৰ জিৰ’ মিউজিক ফেষ্টিভেলত ৭ নং ভাৰতীয় বায়ুসেনা বেণ্ডে কিংবদন্তি জুবিন গাৰ্গৰ আইকনিক ট্ৰেক মায়াবিনী পৰিবেশন কৰি উপস্থিত দৰ্শকক আৱেগিক কৰি তোলে। কণ্ঠশিল্পীগৰাকীৰ সংগীতৰ ক্ষেত্ৰখনলৈ যি অৱদান আছিল তাৰ প্ৰতি লক্ষ্য ৰাখি অনুৰাগীসকলৰ পৰা ইতিমধ্যেই মেলানি মগা জুবিন গাৰ্গলৈ জিৰ’ মিউজিক ফেষ্টিভেলত শ্ৰদ্ধা নিবেদন জনোৱাৰ লগে-লগে অনুৰাগীসকলক নষ্টালজিক হৈ পৰা দেখা গৈছিল। অহা ২৮ চেপ্তেম্বৰ ২০২৫ তাৰিখে জিৰ’ মিউজিক ফেষ্টিভেলৰ সামৰণি পৰিব।

Leave a Reply

Your email address will not be published. Required fields are marked *

Related Posts