Shopping cart

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

TnewsTnews
  • Home
  • ভাৰত
  • যোৱা ২৩ ডিচেম্বৰত বিশিষ্ট হিন্দী সাহিত্যিক বিনোদ কুমাৰ শুক্লাৰ মৃত্যু।
ভাৰত

যোৱা ২৩ ডিচেম্বৰত বিশিষ্ট হিন্দী সাহিত্যিক বিনোদ কুমাৰ শুক্লাৰ মৃত্যু।

Email :16

আধুনিক হিন্দী গদ্য সাহিত্যত নতুন ধাৰাৰ সৃষ্টি কৰা বিশিষ্ট হিন্দী সাহিত্যিক বিনোদ কুমাৰ শুক্লাৰ যোৱা ২৩ ডিচেম্বৰত মৃত্যু ঘটিছে। প্ৰয়াত সাহিত্যিকগৰাকীৰ গদ্যত প্ৰকাশ পোৱা সংযম, সহানুভূতি আৰু স্পষ্টতাই পাঠকৰ হৃদয় জিনিবলৈ সক্ষম হৈছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিনোদ কুমাৰ শুক্লাই সামাজিক মাধ্যম এক্সত হিন্দী সাহিত্যলৈ আগবঢ়োৱা অৱদানৰ কথা সুঁৱৰি তেখেতলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। মৃত্যুৰ সময়ত সাহিত্যিকগৰাকীৰ বয়স আছিল ৮৯ বছৰ।

Leave a Reply

Your email address will not be published. Required fields are marked *

Related Posts