Email :81
এই বিলৰ দ্বাৰা তেনে সকলো অনলাইন গেমিং এপ নিষিদ্ধ কৰা হৈছে য’ত ব্যৱহাৰকাৰীয়ে নগদ ধন জিকিবলৈ ধন জমা দিব লাগে। চৰকাৰৰ মতে এই বিলে অনলাইন মানি গেমিঙৰ প্ৰতি বৰ্ধিত আসক্তি, আৰ্থিক ক্ষতি আনকি চৰম পৰিণতি যেনে আত্মহত্যা আদি কাৰ্যকলাপ ৰোধ কৰিব পাৰিব।













