Shopping cart

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

TnewsTnews
  • Home
  • উত্তৰ-পূব
  • অসম
  • যোৱা ১৭ আগষ্ট তাৰিখে জামুগুৰি চিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ নৱাগত আদৰণি সভাত নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকা উপস্থিত আছিল।
অসম

যোৱা ১৭ আগষ্ট তাৰিখে জামুগুৰি চিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ নৱাগত আদৰণি সভাত নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকা উপস্থিত আছিল।

Email :15

১৭ আগষ্টত দিনজোৰা কাৰ্যসূচীৰে জামুগুৰি চিনিয়ৰ ছেকেণ্ডেৰী স্কুলে বাপুজী ভৱনত অনুষ্ঠিত কৰা নৱাগত আদৰণি সভাৰ কাৰ্যসূচীসমূহ আকৰ্ষণীয় হোৱা বুলি নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই প্ৰশংসা কৰে। তেখেতে সকলো ছাত্ৰ-ছাত্ৰীৰ সোণালী ভৱিষ্যতৰ কামনা কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Related Posts