Shopping cart

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

TnewsTnews
  • Home
  • ভাৰত
  • যোৱা ১৩ ডিচেম্বৰত পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ ছল্ট লেক ষ্টেডিয়ামত ফুটবল তাৰকা লিয়নেল মেছিৰ কলকাতাৰ অনুষ্ঠানৰ অপ্ৰত্যাশিত ঘটনাৰ বাবে ক্ষমা প্ৰাৰ্থনা।
ভাৰত

যোৱা ১৩ ডিচেম্বৰত পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ ছল্ট লেক ষ্টেডিয়ামত ফুটবল তাৰকা লিয়নেল মেছিৰ কলকাতাৰ অনুষ্ঠানৰ অপ্ৰত্যাশিত ঘটনাৰ বাবে ক্ষমা প্ৰাৰ্থনা।

Email :19

যোৱা ১৩ ডিচেম্বৰত পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ছল্ট লেক ষ্টেডিয়ামত ফুটবল তাৰকা লিয়নেল মেছিৰ কলকাতাৰ অনুষ্ঠানত সৃষ্টি হোৱা বেমেজালিৰ বাবে ফুটবলাৰগৰাকীৰ লগতে আৰু তেওঁৰ অনুৰাগীৰ ওচৰত ক্ষমা বিচাৰে। অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ ষ্টেডিয়ামলৈ যোৱা মুখ্যমন্ত্ৰীগৰাকীয়ে নিজৰ বক্তব্যত প্ৰকাশ কৰে যে “আজি ছল্ট লেক ষ্টেডিয়ামত দেখা পোৱা দুৰ্ব্যৱহাৰত মই গভীৰভাৱে বিচলিত আৰু স্তম্ভিত হৈছো। এই দুৰ্ভাগ্যজনক কাণ্ডৰ বাবে লিয়নেল মেছিৰ লগতে সকলো ক্ৰীড়াপ্ৰেমী আৰু তেওঁৰ অনুৰাগীৰ ওচৰত আন্তৰিকতাৰে ক্ষমা বিচাৰিছো।” কলকাতাৰ এক কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ অহা আৰ্জেণ্টিনাৰ ফুটবলাৰ মেছিক চাবলৈ নাপায় অনুৰাগীসকলে এক অনাকাংক্ষিত পৰিৱেশৰ সৃষ্টি কৰিছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *

Related Posts