Shopping cart

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

TnewsTnews
  • Home
  • উত্তৰ-পূব
  • অসম
  • যোৱা ১৩ অক্টোবৰ ২০২৫ তাৰিখে বিজেপি অসম প্ৰদেশ কৃষক মৰ্চাৰ উদ্যোগত আৰু শোণিতপুৰ জিলা কৃষক মৰ্চা তথা জিলা প্ৰশাসনৰ সহযোগত অনুষ্ঠিত এক কৃষক সজাগতা সভাত নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ অংশগ্ৰহণ।
অসম

যোৱা ১৩ অক্টোবৰ ২০২৫ তাৰিখে বিজেপি অসম প্ৰদেশ কৃষক মৰ্চাৰ উদ্যোগত আৰু শোণিতপুৰ জিলা কৃষক মৰ্চা তথা জিলা প্ৰশাসনৰ সহযোগত অনুষ্ঠিত এক কৃষক সজাগতা সভাত নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ অংশগ্ৰহণ।

Email :29

যোৱা ১৩ অক্টোবৰ ২০২৫ তাৰিখে বিজেপি অসম প্ৰদেশ কৃষক মৰ্চাৰ উদ্যোগত আৰু শোণিতপুৰ জিলা কৃষক মৰ্চা তথা জিলা প্ৰশাসনৰ সহযোগত অনুষ্ঠিত এক কৃষক সজাগতা সভাত নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ অংশগ্ৰহণ কৰে। ৩০০ ৰো অধিক থলুৱা কৃষকৰ উপস্থিতিত আয়োজিত এই বিশাল কৃষক সজাগতা সভা আৰু মত-বিনিময় অনুষ্ঠানত বিধায়কগৰাকীয়ে কৃষি সম্পৰ্কত বক্তব্য প্ৰকাশ কৰে। এই সভাত কৃষকসকলে সন্মুখীন হোৱা সমস্যাসমূহৰ লগতে আধুনিক কৃষি পদ্ধতিসমূহৰ ওপৰত আলোকপাত কৰা হয়। এই সভাত উপস্থিত থকা সকলো কৃষকে অসমীয়াৰ স্বাভিমান গামোচাৰে সম্বৰ্ধনা জনোৱা হয়।

উক্ত সভাত উপস্থিত আছিল কৃষক মৰ্চা অসম প্ৰদেশৰ ৰাজ্যিক সভাপতি পংকজ বৰবৰা, ৰাজ্যিক বিজেপিৰ উপ সভাপতি অশোক কুমাৰ ভট্টৰায়, কৃষক মৰ্চা অসম প্ৰদেশৰ ৰাজ্যিক সাধাৰণ সম্পাদকদ্বয় ৰঞ্জিত ভট্টাচাৰ্য আৰু সঞ্জীৱ বৰা, শোণিতপুৰ জিলা বিজেপিৰ সভানেত্ৰী মধুস্মিতা হাজৰিকা, জিলা কৃষক মৰ্চাৰ সভাপতি ৰোহিনী কান্ত শৰ্মা সহিতে দলীয় বিষয়ববীয়া তথা কাৰ্যকৰ্তাসকল।

Leave a Reply

Your email address will not be published. Required fields are marked *

Related Posts