Shopping cart

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

TnewsTnews
  • Home
  • উত্তৰ-পূব
  • অসম
  • যোৱা ১২ চেপ্তেম্বৰ ২০২৫ ত চতিয়াৰ চেম্পিয়নচ্ মেকাৰ একাডেমীত অনুস্থিত সম্বৰ্ধনা সভাত নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকা উপস্থিত থাকে।
অসম

যোৱা ১২ চেপ্তেম্বৰ ২০২৫ ত চতিয়াৰ চেম্পিয়নচ্ মেকাৰ একাডেমীত অনুস্থিত সম্বৰ্ধনা সভাত নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকা উপস্থিত থাকে।

Email :39

চতিয়াৰ চেম্পিয়নচ্‌ মেকাৰ একাডেমীয়ে অলিম্পিকত অন্তৰ্ভুক্ত ক্ৰীড়া জুডো আৰু টাইকোৱাণ্ডৰ সৈতে জড়িত ক্ৰীড়া প্ৰতিভাসমূহক প্ৰশিক্ষণ দি অহাৰ ফলস্বৰূপে, একাডেমীখনত প্ৰশিক্ষণ লাভ কৰা খেলুৱৈসকলে গুৱাহাটীৰ নেহৰু ষ্টেডিয়ামত আয়োজিত ৩৫ সংখ্যক আন্তঃজিলা জুডো প্ৰতিযোগীতাত ১২ টা সোণ, ৬ টা ৰূপ আৰু ১৬ টা ব্ৰঞ্জৰ পদক লাভ কৰি শ্ৰেষ্ঠ দল ৰূপে স্বীকৃতি লাভ কৰিছে। যোৱা ১২ চেপ্তেম্বৰ ২০২৫ তাৰিখে চতিয়াৰ চেম্পিয়নচ্‌ মেকাৰ একাডেমীত অনুষ্ঠিত সম্বৰ্ধনা সভাত উপস্থিত থাকি বিজয়ী খেলুৱৈসকলক সম্বৰ্ধনা পত্ৰ প্ৰদান কৰাৰ লগতে আগবাঢ়ি যাবলৈ অনুপ্ৰেৰণা দিয়ে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই। তেখেতে একাডেমীখনৰ লগতে খেলুৱৈসকললৈ শুভেচ্ছা জ্ঞাপন কৰে। এই অনুষ্ঠানত চতিয়া নগৰৰ পৌৰপতি দিপশিখা সন্দিকৈ আৰু কেইবাগৰাকীও গণ্য-মান্য ব্যক্তিয়ে অংশগ্ৰহণ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Related Posts