Shopping cart

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

TnewsTnews
  • Home
  • ভাৰত
  • মুম্বাইৰ নিজা বাসভৱনত বলিউদৰ বৰ্ষীয়ান অভিনেতা ধৰ্মেন্দ্ৰৰ শেষ নিশ্বাস ত্যাগ।
ভাৰত

মুম্বাইৰ নিজা বাসভৱনত বলিউদৰ বৰ্ষীয়ান অভিনেতা ধৰ্মেন্দ্ৰৰ শেষ নিশ্বাস ত্যাগ।

Email :20

‘বলীউডৰ হি-মেন’ ৰূপে জনপ্ৰিয়তা অৰ্জন কৰা কিংবদন্তি অভিনেতা ধৰ্মেন্দ্ৰই ইহলীলা সম্বৰণ কৰিছে। ছয় দশক জোৰা নিজৰ অভিনয় কেৰিয়াৰত ৩০০ খন ছবিত নিজৰ অভিনয়ৰ দ্বাৰা দৰ্শকক তেখেতে আপ্লুত কৰিবলৈ সফল হৈছিল। অভিনেতাগৰাকীৰ মৃত্যুৰ সময়ত বয়স আছিল ৮৯ বছৰ।

Leave a Reply

Your email address will not be published. Required fields are marked *

Related Posts