Shopping cart

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

TnewsTnews
  • Home
  • উত্তৰ-পূব
  • অসম
  • মুনীন বৰকটকী স্মাৰক ন্যাসে ২০২৫ ত প্ৰথমবাৰলৈ আগবঢ়োৱা লিখন ফেল’শ্বিপ অৰূপ শাণ্ডিল্য আৰু ড° মেঘনা চৌধুৰীলৈ।
অসম

মুনীন বৰকটকী স্মাৰক ন্যাসে ২০২৫ ত প্ৰথমবাৰলৈ আগবঢ়োৱা লিখন ফেল’শ্বিপ অৰূপ শাণ্ডিল্য আৰু ড° মেঘনা চৌধুৰীলৈ।

Email :15

মুনীন বৰকটকী স্মাৰক ন্যাসে ২০২৫ ত প্ৰথমবাৰলৈ আগবঢ়োৱা লিখন ফেল’শ্বিপ অৰূপ শাণ্ডিল্য আৰু ড° মেঘনা চৌধুৰীয়ে লাভ কৰিছে। এই ফেল’শ্বিপৰ লক্ষ্য হৈছে অসমৰ ভাষা, সাহিত্য, তথা সংস্কৃতিৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে অসমৰ ভাষা, সাহিত্য, তথা সংস্কৃতিৰ সৈতে সম্পৰ্ক থকা যিকোনো বিষয়ৰ অসমীয়া বা ইংৰাজী ভাষাত উচ্চমানৰ গ্ৰন্থৰ পাণ্ডুলিপিক উৎসাহিত কৰা। দৈনিক অসমৰ জেষ্ঠ সাংবাদিক অৰূপ শাণ্ডিল্য ‘অসমৰ কৃষি সংস্কৃতি আৰু পৰম্পৰা’ আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ লোককথা অধ্যয়ন বিভাগৰ সহকাৰী অধ্যাপক ড° মেঘনা চৌধুৰীক ‘এলিফেণ্টছ অব আছাম: কালচাৰ ইকʼলজী এণ্ড কালেক্টিভ মেম’ৰী’ নামৰ প্ৰস্তাৱিত গ্ৰন্থৰ বাবে আগবঢ়োৱা হৈছে। ৪ টা কিস্তিত ১৮ মাহত দিবলগীয়া উক্ত ফেল’শ্বিপৰ সৰ্বমুঠ ধনৰাশি হৈছে ১ লাখ ২০ হাজাৰ।

Leave a Reply

Your email address will not be published. Required fields are marked *

Related Posts