Email :37
এই উৰণীয়া সেঁতুখনৰ ব্যয় ১১২ কোটি টকা। চাৰিলেনযুক্ত সেঁতুখনৰ দৈৰ্ঘ্য হৈছে ৬৬০ মিটাৰ। ৰজা ভগদত্তৰ নামেৰে উৰণীয়া সেঁতুৰ নামকৰণ কৰাটো আমাৰ ঐতিহ্যৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনোৱাৰ এক প্ৰয়াস বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদৰি কৰে। লগতে তেখেতে উল্লেখ কৰে যে স্থানীয় ব্যৱসায়িক প্ৰতিষ্ঠানক সহায় কৰিবলৈ সেঁতুখনৰ তলত পাৰ্কিঙৰ সুবিধাও কৰা হৈছে।