Shopping cart

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

TnewsTnews
  • Home
  • খেল
  • মহিলা টি-২০ ক্ৰিকেট বিশ্বকাপ ফৰ দ্য ব্লাইণ্ড ২০২৫ত ভাৰতীয় দলৰ ঐতিহাসিক বিজয়।
খেল

মহিলা টি-২০ ক্ৰিকেট বিশ্বকাপ ফৰ দ্য ব্লাইণ্ড ২০২৫ত ভাৰতীয় দলৰ ঐতিহাসিক বিজয়।

Email :16

যোৱা ২৩ নবেম্বৰত ভাৰতীয় দৃষ্টিহীন মহিলা ক্ৰিকেট দলে কলম্বোত আয়োজিত মহিলা টি-২০ ক্ৰিকেট বিশ্বকাপ ফৰ দ্য ব্লাইণ্ড ২০২৫ ত জয়ী হৈছে। ভাৰতীয় দলক নেতৃত্ব দিয়ে দীপিকা টিচিয়ে। প্ৰতিপক্ষ নেপালক ভাৰতে ৭ উইকেটত পৰাজিত কৰি ইতিহাস ৰচে। প্ৰধানমন্ত্ৰী মন্ত্ৰী নৰেন্দ্ৰ মোদী, অমিত শ্বাহ, জ্যোতিৰাদিত্য সিন্ধিয়া আদিয়ে ভাৰতীয় দলটোক প্ৰশংসা কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Related Posts