Email :15
২৮ জানুৱাৰীৰ ৰাতিপুৱা সংঘটিত এক বিমান দুৰ্ঘটনাত মৃত্যু ঘটে মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰসহ অন্য ৪ জন ব্যক্তিৰ। মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাডনভিছে নিজৰ বক্তব্য প্ৰকাশ কৰি কয় যে মহাৰাষ্ট্ৰৰ বাবে এয়া অতি কঠিন দিন। প্ৰয়াত উপ-মুখ্যমন্ত্ৰীগৰাকীলৈ শ্ৰদ্ধা জনাই মহাৰাষ্ট্ৰ চৰকাৰে তিনিদিনীয়া শোক ঘোষণা কৰিছে।













