Shopping cart

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

TnewsTnews
  • Home
  • উত্তৰ-পূব
  • মণিপুৰ
  • মণিপুৰৰ লিন্থোৰ চানাম্বমৰ জুনিয়ৰ জুডো বিশ্ব চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক অৰ্জন ।
মণিপুৰ

মণিপুৰৰ লিন্থোৰ চানাম্বমৰ জুনিয়ৰ জুডো বিশ্ব চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক অৰ্জন ।

Email :32

পেৰুৰ লিমাত অনুষ্ঠিত হৈ থকা জুনিয়ৰ জুডো বিশ্ব চেম্পিয়নশ্বিপত প্ৰথমজন ভাৰতীয় হিচাপে লিন্থোই চানাম্বমে ব্ৰঞ্জৰ পদক জয় কৰি ইতিহাস ৰচনা কৰিলে। মহিলাৰ ৬৩ কেজি শাখাত খেলুৱৈগৰাকীয়ে নেদাৰলেণ্ডৰ জোনি গেইলেনক পৰাজিত কৰিবলৈ সফল হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *

Related Posts