Shopping cart

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

TnewsTnews
  • Home
  • বিশ্ব
  • ভেনিজুৱেলাৰ মাৰিয়া ক’ৰিনা মাচাডোলৈ সন্মানীয় ২০২৫ ৰ নোবেল বঁটা।
বিশ্ব

ভেনিজুৱেলাৰ মাৰিয়া ক’ৰিনা মাচাডোলৈ সন্মানীয় ২০২৫ ৰ নোবেল বঁটা।

Email :41

নৰৱেৰ নোবেল কমিটীয়ে ভেনিজুৱেলাৰ মাৰিয়া ক’ৰিনা মাচাডোক দেশখনৰ সাধাৰণ জনতাৰ বাবে গণতান্ত্ৰিক অধিকাৰৰ প্ৰসাৰৰ বাবে চলোৱা সংগ্ৰামৰ স্বীকৃতি স্বৰূপে ২০২৫ বৰ্ষৰ শান্তিৰ বঁটা আগবঢ়াইছে। ভেনিজুৱেলাত চলা স্বৈৰাচাৰীতাবাদৰ বিপক্ষে গণতন্ত্ৰৰ সংগ্ৰামৰ নেতৃত্ব দিয়া মাচাডোলৈ আগবঢ়োৱা এই বঁটাই বিশেষ তাৎপৰ্য বহন কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Related Posts