Shopping cart

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

TnewsTnews
  • Home
  • উত্তৰ-পূব
  • অসম
  • ভাৰতৰ প্ৰথমটো বাঁহ ভিত্তিক ইথানল প্লাণ্ট অসমত উদ্বোধন কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।
অসম

ভাৰতৰ প্ৰথমটো বাঁহ ভিত্তিক ইথানল প্লাণ্ট অসমত উদ্বোধন কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

Email :31

১৪ ছেপ্টেম্বৰ, ২০২৫ ত অসমৰ গোলাঘাট জিলাত দেশৰ প্ৰথমটো বাঁহ ভিত্তিক ইথানল প্লাণ্ট উদ্বোধন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ৫,০০০ কোটি টকাৰ বিনিয়োগেৰে নুমলীগড় শোধনাগাৰত এই প্ৰকল্প স্থাপন হৈছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে আগন্তুক দিনত নিৰ্মাণ হʼবলগীয়া পলিপ্ৰ’পাইলিন প্ৰকল্পৰ আধাৰশিলাও স্থাপন কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Related Posts