Email :16
২৩ নৱেম্বৰ দেওবাৰে ছিডনীত সম্পন্ন হোৱা ছুপাৰ ৫০০ টুৰণামেণ্ট অষ্ট্ৰেলিয়া অ’পেনত পুৰুষৰ একক ফাইনেলত লক্ষ্য সেনে জাপানৰ ইউছি তানাকাক ২১–১৫, ২১–১১ ৰ ব্যৱধানত পৰাস্ত কৰে। মাত্ৰ ৩৮ মিনিটত লক্ষ্য সেনৰ বিজয় নিশ্চিত হয়।