Email :27
চলচ্চিত্ৰ নিৰ্মাতা ত্ৰিবেনী ৰায়ৰ নেপালী ভাষাৰ শ্বেপ অৱ মোমো ছবিখনে দুটা বিশেষ সন্মান লাভ কৰিবলৈ সফল হৈছে- টাইপেই চলচ্চিত্ৰ আয়োগৰ বঁটা আৰু ছংৱন ভিজন বঁটা। এই চিনেমাৰ প্ৰযোজক গীতা ৰায় আৰু কিছলে আৰু সহ-প্ৰযোজক নেহা মালিক, হিমাংশু কোহলী, আৰু জং ৱু লী এছিয়াৰ অন্যতম বৃহৎ চলচ্চিত্ৰ মহোৎসৱত এই চলচ্চিত্ৰখনৰ সফলতাই বিশ্বত ছিক্কিমৰ এক সুকীয়া পৰিচয় দাঙি ধৰিছে।













