Shopping cart

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

TnewsTnews
  • Home
  • ভাৰত
  • বিশ্বৰ আটাইতকৈ বিশ্বাসযোগ্য নেতা ৰূপে মৰ্নিং কনছাল্ট গ্ল’বেল লিডাৰ ৰেটিংছত শীৰ্ষত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।
ভাৰত

বিশ্বৰ আটাইতকৈ বিশ্বাসযোগ্য নেতা ৰূপে মৰ্নিং কনছাল্ট গ্ল’বেল লিডাৰ ৰেটিংছত শীৰ্ষত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।

Email :24

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ব্যৱসায়িক চোৰাংচোৱা সংস্থা মৰ্নিং কনছাল্টে প্ৰকাশ কৰা শেহতীয়া তথ্য অনুসৰি ৭৫% এপ্ৰ’ভেল ৰেটিংছ’ৰ সহায়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিশ্বৰ আটাইতকৈ বিশ্বাসযোগ্য নেতা ৰূপে স্বীকৃতি লাভ কৰিছে। দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতি লি জে ম্যুঙে ৫৯% এপ্ৰ’ভেল ৰেটিংছ লাভেৰে দ্বিতীয় স্থানত আছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ৪৫% ৰ সহায়ত অষ্টম স্থানত আছে। শেহতীয়া গ্ল’বেল লিডাৰ এপ্ৰুভেল ৰেটিং ২০২৫ চনৰ ৪ জুলাইৰ পৰা ১০ জুলাইৰ ভিতৰত কৰা হৈছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *

Related Posts