Shopping cart

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

TnewsTnews
  • Home
  • উত্তৰ-পূব
  • অসম
  • বিশ্বনাথ জিলাত অসম চৰকাৰৰ দ্বাৰা সংৰক্ষিত বনাঞ্চলত উচ্ছেদ অভিযান।
অসম

বিশ্বনাথ জিলাত অসম চৰকাৰৰ দ্বাৰা সংৰক্ষিত বনাঞ্চলত উচ্ছেদ অভিযান।

Email :14

যোৱা ১৭ আগষ্ট বিশ্বনাথ জিলাত চৰণীয়া পথাৰৰ সংৰক্ষিত ভূমিৰ ৩০৯ টা পৰিয়ালক অসম চৰকাৰে লোৱা এক সিদ্ধান্ত অনুসৰি উচ্ছেদ কৰা হৈছে। জাপৰিগুৰিৰ ভিলেজ গ্ৰেজিং ৰিজাৰ্ভৰ (ভিজিআৰ) বেদখল কৰা প্ৰায় ১৭৫ বিঘা (২৩ হেক্টৰ) মাটি মুকলি কৰিবলৈ ১৭ আগষ্ট ৰাতিপুৱাৰে পৰা অভিযান আৰম্ভ হৈছিল। ১ আগষ্টত ঠাইখিনি এৰি যাবলৈ ১৫ দিনৰ সময়সীমা বান্ধি জাননী জাৰী কৰাৰ পিছত অধিকাংশই ঘৰ ত্যাগ কৰিছিল। এই অভিযানত ২০খন এক্সকেভেটৰ আৰু কেইবা ডজন ট্ৰেক্টৰৰ লগতে প্ৰায় ৬০০ নিৰাপত্তাৰক্ষী নিয়োগ কৰা হৈছিল। জিলা উপায়ুক্ত সীমান্ত কুমাৰ দাসে এই অভিযান শান্তিপূৰ্ণ আছিল বুলি সদৰি কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Related Posts