Email :15
যোৱা ৬ ডিচেম্বৰ ২০২৫ ত ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত তৃতীয়খন খেলত ভাৰতে ৯ উইকেটত বিজয়ী হৈ ২-১ ৰ ব্যৱধানত শৃংখলাও দখল কৰিবলৈ সফল হয়। তৃতীয়খন খেলত যশস্বী জয়ছৱালে শতক অৰ্জন কৰাৰ লগতে কুলদীপ যাদৱ আৰু প্ৰসিদ্ধ কৃষ্ণই ৪ টাকৈ উইকেট দখল কৰে।













