Email :31
ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে কণ্ঠশিল্পী প্ৰয়াত জুবিন গাৰ্গৰ প্ৰতি সন্মান দেখুৱাই ৩০ ছেপ্টেম্বৰত গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত হ’ব মহিলা বিশ্বকাপৰ উদ্বোধনী অনুষ্ঠানত শিল্পীগৰাকীলৈ শ্ৰদ্ধা জ্ঞাপন কৰিবলৈ সিন্ধান্ত লৈছে। বি চি চি আইৰ সম্পাদক দেৱজিৎ শইকীয়াই অৱগত কৰে যে তিনি দশকৰো অধিক কাল তেখেতে সংগীতৰ লগতে চলচ্চিত্ৰ জগতলৈ আগবঢ়োৱা অৱদান সমূহৰ ওপৰত আলোকপাত কৰা হ’ব।













