Email :23
বলিউদৰ জনপ্ৰিয় কৌতুক অভিনেতা গোবৰ্ধন আছৰাণীয়ে ২০ অক্টোবৰ ২০২৫ ৰ বিয়লি প্ৰায় ৪ বজাত শ্বোলে ছবিত শেষ নিশ্বাস ত্যাগ কৰে। আইকনিক ব্ৰিটিছ যুগৰ জেইলাৰৰ চৰিত্ৰক নিজৰ অভিনয়েৰে সজীৱ কৰি তোলা প্ৰবীণ অভিনেতা আছৰাণীৰ মৃত্যুত বলিউদৰ এটি যুগৰ সমাপ্তি ঘটে। ৩৫০ খনতকৈ অধিক চিনেমাত তেখেতে অভিনয় কৰি নিজৰ প্ৰতিভাৰ পৰিচয় দি থৈ গৈছে।













