Shopping cart

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

TnewsTnews
  • Home
  • উত্তৰ-পূব
  • অসম
  • প্ৰয়াত কণ্ঠশিল্পী জুবিন গাৰ্গৰ জন্মদিন উপলক্ষে তেখেতৰ ঘৰৰ সম্মুখত মাজনিশাই অনুৰাগীসকলৰ বিশাল সমাবেশ।
অসম

প্ৰয়াত কণ্ঠশিল্পী জুবিন গাৰ্গৰ জন্মদিন উপলক্ষে তেখেতৰ ঘৰৰ সম্মুখত মাজনিশাই অনুৰাগীসকলৰ বিশাল সমাবেশ।

Email :20

এই বছৰ ৫৩ বছৰ বয়স সম্পূৰ্ণ কৰিলেহেতেন সকলোৰে প্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গে। আকস্মিক মৃত্যুক সাৱটি লোৱা শিল্পীজনক জন্মদিনৰ দিনা স্মৰণ কৰিবলৈ অনুৰাগীসকলে নিশাই তেখেতৰ ঘৰৰ বাহিৰত ভিৰ কৰে। অনুৰাগীসকলে জুবিনৰ কিছুমান গীত পৰিৱেশন কৰে। শিল্পী মানস ৰবিন আৰু অজয় ফুকনেও শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে শিল্পীগৰাকীৰ স্মৃতিত জন্মদিনৰ কেক কটা অনুষ্ঠানত যোগদান কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Related Posts