Email :31
নিজৰ প্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ আকস্মিক বিয়োগত অনুৰাগীসকলক ব্যথিত কৰিছিল। ছিংগাপুৰৰ পৰা শিল্পীগৰাকীৰ নশ্বৰ দেহ গুৱাহাটীত উপস্থিত হোৱাৰ লগে-লগে লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা তেখেতৰ অন্তিম যাত্ৰাত যি জনসমাবেশৰ সৃষ্টি হৈছিল; লিমকা বুক অৱ ৰেকৰ্ডছে মাইকেল জেকচন, পোপ ফ্ৰান্সিছ আৰু ৰাণী এলিজাবেথৰ পিছত চতুৰ্থ বৃহৎ সমাবেশ ৰূপে স্বীকৃতি প্ৰদান কৰিছে।













