Shopping cart

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

TnewsTnews
  • Home
  • উত্তৰ-পূব
  • অসম
  • প্ৰধানমন্ত্ৰী চাহ শ্ৰমিক প্ৰোৎসাহন যোজনাৰ অধীনত নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ বিভিন্ন বিদ্যালয়ৰ আন্তঃগাঁথনিৰ বাবে আধাৰশিলা স্থাপন।
অসম

প্ৰধানমন্ত্ৰী চাহ শ্ৰমিক প্ৰোৎসাহন যোজনাৰ অধীনত নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ বিভিন্ন বিদ্যালয়ৰ আন্তঃগাঁথনিৰ বাবে আধাৰশিলা স্থাপন।

Email :15

প্ৰধানমন্ত্ৰী চাহ শ্ৰমিক প্ৰোৎসাহন যোজনা এই আঁচনিখনে ৮০০ খন চাহ বাগিছাৰ ৭ লাখৰো অধিক চাহ শ্ৰমিক সামৰি লৈছে। প্ৰধামন্ত্ৰী চাহ শ্ৰমিক প্ৰোৎসাহন যোজনাৰ অধীনত আজি মনাই চাহ বাগিছা প্ৰাথমিক বিদ্যালয়ত অধীনত আন্ত:গাঁথনি উন্নয়নৰ কাৰণে ১লাখ ২২ হাজাৰ টকাৰ আধাৰশিলা স্থাপন কৰে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই। দিকৰাই চাহ বাগিছা প্ৰাথমিক বিদ্যালয়তো উক্ত আঁচনিৰ অধীনত “আন্ত:গাঁথনি উন্নয়নৰ” কাৰণে ৮৭ লাখ ৫৩ হাজাৰ টকা ব্যয়েৰে আধাৰশিলা স্থাপন কৰে বিধায়কগৰাকীয়ে। গেলা হাটিংগা চাহ বাগিছা প্ৰাথমিক বিদ্যালয়লয়খনতো এই আঁচনিৰ অধীনত আন্ত:গাঁথনি উন্নয়নৰ কাৰণে ২৭ লাখ ৯৮ হাজাৰ টকাৰ আধাৰশিলা স্থাপন কাৰ্য সম্পন্ন কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Related Posts