Shopping cart

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

TnewsTnews
  • Home
  • খেল
  • পোলেণ্ডৰ ইগা ছুয়াটেকৰ ২০২৫ ৰ উইম্বলডনৰ মহিলা একক ফাইনেলত অভিলেখ ৰচি আমেৰিকাৰ আমাণ্ডা এনিছিমোভাক ৬-০, ৬-০ ছেটত পৰাস্ত ।
খেল

পোলেণ্ডৰ ইগা ছুয়াটেকৰ ২০২৫ ৰ উইম্বলডনৰ মহিলা একক ফাইনেলত অভিলেখ ৰচি আমেৰিকাৰ আমাণ্ডা এনিছিমোভাক ৬-০, ৬-০ ছেটত পৰাস্ত ।

Email :37

উইম্বলডনৰ মহিলা একক ফাইনেলত ১৯১১ চনৰ পিছত উইম্বলডনত প্ৰথমটো ‘ডাবল বেগেল’ অৰ্জন কৰি টেনিছ অনুৰাগীৰ হৃদয় জিনিবলৈ সফল হয় পোলেণ্ডৰ ইগা ছুয়াটেকে। ১২ জুলাই ২০২৫ ত আয়োজিত উইম্বলডনৰ মহিলা একক ফাইনেলত পোলেণ্ডৰ ইগা ছুয়াটেকে আমেৰিকাৰ এনিছিমোভাক পৰাস্ত কৰি খিতাপ অৰ্জন কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Related Posts