Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,
Sign up to get update news about us. Don't be hasitate your email is safe.
অসমৰ পশ্চিম কাৰ্বি আংলঙত ধান ৰোপণ কৰি থকা অৱস্থাত বজ্ৰপাত পৰাৰ ফলত এগৰাকী মহিলাৰ কৰুণ মৃত্যু ঘটিছে। মহিলাগৰাকীৰ নাম সুবিতা দেৰাপী তেওঁ আছিল হৰলংসোৰা গাঁৱৰ বাসিন্দা। এতিয়ালৈকে কোনোধৰণৰ ক্ষতিপূৰণৰ ঘোষণা হোৱা নাই।
Your email address will not be published. Required fields are marked *