Shopping cart

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

TnewsTnews
  • Home
  • বিশ্ব
  • নেপালৰ অন্তৱৰ্তীকালীন প্ৰধানমন্ত্ৰী ৰূপে দেশখনৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ সুশীলা কাৰ্কীৰ শপত গ্ৰহণ।
বিশ্ব

নেপালৰ অন্তৱৰ্তীকালীন প্ৰধানমন্ত্ৰী ৰূপে দেশখনৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ সুশীলা কাৰ্কীৰ শপত গ্ৰহণ।

Email :32

দেশখনৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ সুশীলা কাৰ্কীয়ে দেশখনত বহু দিন ধৰি চলি অহা অস্থিৰতাৰ অৱসান ঘটাই নেপালৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী ৰূপে শপত গ্ৰহণ কৰে ৷ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই তেখেতলৈ শুভকামনা জনোৱাৰ লগতে নেপালৰ শান্তি, প্ৰগতি আৰু সমৃদ্ধিৰ প্ৰতি ভাৰত দায়বদ্ধ বুলি স্বীকাৰ কৰে ।

Leave a Reply

Your email address will not be published. Required fields are marked *

Related Posts