Email :31
নিছি এলিট ছ’চাইটিয়ে অসমৰ দুজন মিছিং যুৱকৰ মৰ্মান্তিক মৃত্যুত শোক প্ৰকাশ কৰি পৰিয়ালবৰ্গলৈ সমবেদনা জনাইছে। সংগঠনটোৱে এই ঘটনা বৰ্বৰ আৰু অমানৱীয় কাণ্ড বুলি অভিহিত কৰি এই কাণ্ডৰ ক্ষেত্ৰত কৰ্তৃপক্ষক তাৎক্ষণিক আৰু নিৰ্ণায়ক ব্যৱস্থা গ্ৰহণ কৰি আহ্বান জনাইছে।