Email :31
কৃষ্ণ জন্মাষ্টমী উপলক্ষ্যে আয়োজিত এই বোকাখেচা ভাওনাৰ ৩০০ বছৰৰো অধিককালৰ এক ইতিহাস আছে। ৰাইজৰ সহযোগত কমিটীয়ে এই ভাওনা সুচাৰুৰূপে জীয়াই ৰখাৰ ফলস্বৰূপে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই ভৱিষ্যতেও ভাওনাখনে নৱপ্ৰজন্মৰ লগতে সমূহ ৰাইজৰ ইতিবাচক সঁহাৰি লাভ কৰিব বুলি দৃঢ়তাৰে কয়। উক্ত ভাওনাৰ বাবে ২ লাখ টকাৰ অনুদান বিধায়কগৰাকীয়ে প্ৰদান কৰে।













