Shopping cart

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

TnewsTnews
  • Home
  • উত্তৰ-পূব
  • অসম
  • নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ চাৰিদুৱাৰ মণ্ডলৰ উদমাৰী গাঁও পঞ্চায়ত আৰু চাৰিদুৱাৰ গাঁও পঞ্চায়তত নৱ নিৰ্বাচিত প্ৰতিনিধিবৰ্গৰ শপত গ্ৰহণ অনুষ্ঠানৰ লগতে এক বিশাল ৰাজহুৱা সভাত অংশগ্ৰহণ।
অসম

নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ চাৰিদুৱাৰ মণ্ডলৰ উদমাৰী গাঁও পঞ্চায়ত আৰু চাৰিদুৱাৰ গাঁও পঞ্চায়তত নৱ নিৰ্বাচিত প্ৰতিনিধিবৰ্গৰ শপত গ্ৰহণ অনুষ্ঠানৰ লগতে এক বিশাল ৰাজহুৱা সভাত অংশগ্ৰহণ।

Email :42

আজি শোণিতপুৰ জিলাৰ নদুৱাৰ সমষ্টিৰ অন্তৰ্গত চাৰিদুৱাৰ মণ্ডলৰ উদমাৰী গাঁও পঞ্চায়ত আৰু চাৰিদুৱাৰ গাঁও পঞ্চায়তত নৱ নিৰ্বাচিত প্ৰতিনিধিবৰ্গৰ শপত গ্ৰহণ অনুষ্ঠানৰ লগতে এক বিশাল ৰাজহুৱা সভাত অংশ গ্ৰহণ কৰে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই।

এই অনুষ্ঠানত নদুৱাৰ ৰাজহ চক্ৰ বিষয়া, চাৰিদুৱাৰ ৰাজহ চক্ৰ বিষয়া, শোণিতপুৰ জিলাৰ উপ সভাপতি, শোণিতপুৰ জিলা যুৱ মৰ্চাৰ উপ সভাপতি, জামুগুৰি আৰু চতিয়া পৌৰসভাৰ পৌৰপতিদ্বয়, চাৰিওটা মণ্ডলৰ সভাপতি সকল, চাৰিটা জিলা পৰিষদ সদস্য/সদস্যাসকল, নদুৱাৰ সমষ্টিৰ গাঁও পঞ্চায়তৰ সভাপতি/ সভানেত্ৰী সকল, দলৰ বিভিন্ন দায়িত্বত থকা দলৰ প্ৰতিনিধিসকলেও উপস্থিত আছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *

Related Posts