Shopping cart

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

TnewsTnews
  • Home
  • উত্তৰ-পূব
  • অসম
  • নদুৱাৰ সমষ্টিৰ অন্তৰ্গত চতিয়া তথা নদুৱাৰ উন্নয়ন খণ্ডৰ প্ৰধানমন্ত্ৰী আৱাস যোজনা আঁচনিৰ হিতাধিকাৰীক অনুমোদন পত্ৰ প্ৰদান কৰে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই।
অসম

নদুৱাৰ সমষ্টিৰ অন্তৰ্গত চতিয়া তথা নদুৱাৰ উন্নয়ন খণ্ডৰ প্ৰধানমন্ত্ৰী আৱাস যোজনা আঁচনিৰ হিতাধিকাৰীক অনুমোদন পত্ৰ প্ৰদান কৰে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই।

Email :13

প্ৰধানমন্ত্ৰী আৱাস যোজনা আঁচনি দেশবাসীৰ বাবে এক আশাৰ বতৰা। নদুৱাৰ সমষ্টিৰ অন্তৰ্গত চতিয়া তথা নদুৱাৰ উন্নয়ন খণ্ডৰ উক্ত আৱাস যোজনাৰ ৩০৮৫ গৰাকী হিতাধিকাৰীলৈ টুপীয়া সামূহিক ভৱন প্ৰাংগণত অনুমোদন পত্ৰ প্ৰদান কৰে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই।

Leave a Reply

Your email address will not be published. Required fields are marked *

Related Posts