Shopping cart

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

TnewsTnews
  • Home
  • উত্তৰ-পূব
  • অসম
  • নদুৱাৰ সমষ্টিৰ অন্তৰ্গত চাৰিদুৱাৰ অঞ্চলৰ পানীপোতাত শোণিতপুৰ জিলাৰ মীন বিভাগৰ দ্বাৰা ৰূপায়িত হ’বলগীয়া পানীপোতা মীন পামৰ শিলান্যাস আৰু আধাৰশিলা সম্পন্ন কৰে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই।
অসম

নদুৱাৰ সমষ্টিৰ অন্তৰ্গত চাৰিদুৱাৰ অঞ্চলৰ পানীপোতাত শোণিতপুৰ জিলাৰ মীন বিভাগৰ দ্বাৰা ৰূপায়িত হ’বলগীয়া পানীপোতা মীন পামৰ শিলান্যাস আৰু আধাৰশিলা সম্পন্ন কৰে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই।

Email :43

আজি অসমত চলি থকা মৎস্য বিপ্লৱৰ ক্ষেত্ৰত এক নতুন সংযোজন ৰূপে, নদুৱাৰ সমষ্টিৰ অন্তৰ্গত চাৰিদুৱাৰ অঞ্চলৰ পানীপোতাত শোণিতপুৰ জিলাৰ মীন বিভাগৰ দ্বাৰা ৰূপায়িত হ’বলগীয়া পানীপোতা মীন পামৰ শিলান্যাস আৰু আধাৰশিলা সম্পন্ন কৰে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই।

এই সভাত উপস্থিত আছিল চাৰিদুৱাৰ মণ্ডলৰ সভাপতি কৃষ্ণ কোঁচ, উপ মীন সঞ্চালক সুশীল নাথ, জিলা মীন উন্নয়ন বিষয়া অজয় ডেকা, মীন উন্নয়ন বিষয়া অৰুপ দাস, মীন অভিযন্তা চক্ৰ সিং মিলি, সমাজকৰ্মী অৰুণ ভূঞা, জিলা পৰিষদৰ সদস্য মিনু তামূলী, পঞ্চায়ত সভাপতি বাবুলি ডেকা আদি বিভিন্ন ব্যক্তি।

Leave a Reply

Your email address will not be published. Required fields are marked *

Related Posts