Shopping cart

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

TnewsTnews
  • Home
  • উত্তৰ-পূব
  • অসম
  • নদুৱাৰ সমজিলাৰ সহযোগত অনুষ্ঠিত শ্বহীদ দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ।
অসম

নদুৱাৰ সমজিলাৰ সহযোগত অনুষ্ঠিত শ্বহীদ দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ।

Email :21

আজি শ্বহীদ দিৱস উপলক্ষে নদুৱাৰ সমষ্টিৰ অৰ্ন্তগত টুপীয়া সামূহিক ভৱন প্ৰাংগণত নদুৱাৰ সমজিলাৰ সহযোগত অনুষ্ঠিত এক কাৰ্যসূচীত অংশগ্ৰহণ কৰি শ্বহীদসকললৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই। শ্বহীদসকলক স্মৰণ কৰি বিধায়ক গৰাকীয়ে সকলোকে এটাই আহ্বান জনাই যে শ্বহীদসকলৰ ত্যাগক সন্মান জনোৱাৰ লগতে তেওঁলোকৰ পৰিয়ালৰ কাষত সদায়ে সাহস হৈ থাকিবলৈ সকলোৱে যেন প্ৰয়াস কৰে। লগতে তেখেতে উল্লেখ কৰে যে শ্বহীদসকলৰ ওচৰত সমগ্ৰ অসমবাসী আজিও ঋণী হৈ আছে আৰু সদায় ঋণী হৈ থাকিব।

Leave a Reply

Your email address will not be published. Required fields are marked *

Related Posts