Shopping cart

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

TnewsTnews
  • Home
  • ভাৰত
  • দেশজুৰি আজি উদ্‌যাপন হৈছে “ৰাষ্ট্ৰীয় প্ৰেছ দিৱস।”
ভাৰত

দেশজুৰি আজি উদ্‌যাপন হৈছে “ৰাষ্ট্ৰীয় প্ৰেছ দিৱস।”

Email :15

ভাৰতত ১৬ নৱেম্বৰৰ দিনা ৰাষ্ট্ৰীয় প্ৰেছ দিৱস পালন কৰা হয়। গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ ৰূপে গণ্য কৰি অহা সংবাদ মাধ্যমৰ সঠিক ভূমিকাই গণতন্ত্ৰৰ সুৰক্ষা কৱচ ৰূপে কাম কৰে। ১৯৬৬ চনৰ ১৬ নৱেম্বৰত ভাৰতীয় প্ৰেছ কাউন্সিল (PCI) প্ৰতিষ্ঠা কৰা হৈছিল। সঠিক সংবাদ পৰিবেশন, সাংবাদিকৰ সুৰক্ষা, আপোচবিহীন সাংবাদিকতা আদি সন্দৰ্ভত এই দিনটোত বিশেষ গুৰুত্ব প্ৰদান কৰি বিভিন্ন আলোচনা আৰু কাৰ্যসূচী গ্ৰহণ কৰা হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *

Related Posts