Shopping cart

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

TnewsTnews
  • Home
  • উত্তৰ-পূব
  • মেঘালয়
  • তাজ উমিয়াম ৰিজৰ্ট নিৰ্মাণৰ বাবে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড কে চাংমাৰ ভূমি হস্তান্তৰ কাৰ্যসূচীত অংশগ্ৰহণ।
মেঘালয়

তাজ উমিয়াম ৰিজৰ্ট নিৰ্মাণৰ বাবে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড কে চাংমাৰ ভূমি হস্তান্তৰ কাৰ্যসূচীত অংশগ্ৰহণ।

Email :17

৩৩০ কোটি টকা ব্যয়েৰে তাজ উমিয়াম ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা কৰা হৈছে। উক্ত বিলাসী ৰিজৰ্টে মেঘালয়ৰ পৰ্যটনক নতুন গতি প্ৰদান কৰিব। ৰি-ভয় জিলাত অৱস্থিত উমিয়াম হ্ৰদৰ নান্দনিক বাতাবৰণৰ মাজত এই ৰিজৰ্ট পৰ্যটকৰ বাবে সাজি উলিওৱা হ’ব। পৰ্যটন মন্ত্ৰী টিমোথি ডি শ্বিৰা, জিএডি এণ্ড চি এণ্ড আৰডি মন্ত্ৰী ছ’ষ্টেনিছ ছ’হটুন, এমটিডিচিৰ অধ্যক্ষ মাৰ্থন চাংমাসহ অন্যান্য বিষয়াসকলে অংশগ্ৰহণ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Related Posts