Email :14
অহা ৬ ডিচেম্বৰ ২০২৫ তাৰিখে অন্ধ্ৰপ্ৰদেশৰ বিশাসাপট্টনমত অনুষ্ঠিত হ’ব ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত তৃতীয় এদিনীয়া। উক্ত খেলখনৰ পৰ্যবেক্ষক ৰূপে বিচিআইয়ে ডিব্ৰুগড় জিলাৰ ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক কামাখ্যা শইকীয়াক নিৰ্বাচিত কৰিছে।