Shopping cart

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

TnewsTnews
  • Home
  • উত্তৰ-পূব
  • অসম
  • জুবিনৰ শ্ৰদ্ধাঞ্জলিত ভিআইপি পৰম্পৰা অনুসৰণ নকৰি অনুৰাগীসকলক অগ্ৰাধিকাৰ দিয়া হ’ব বুলি ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা।
অসম

জুবিনৰ শ্ৰদ্ধাঞ্জলিত ভিআইপি পৰম্পৰা অনুসৰণ নকৰি অনুৰাগীসকলক অগ্ৰাধিকাৰ দিয়া হ’ব বুলি ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা।

Email :32

দিচাং ৰিজৰ্টৰ সমীপৰ যোৰাবাটত কণ্ঠশিল্পী জুবিন গাৰ্গৰ শেষকৃত্য সম্পন্ন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। তাৰ পিছত শিল্পীগৰাকীৰ ছাই যোৰহাটলৈ নিয়া হ’ব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনাই যে তেখেতৰ দৃষ্টিগোচৰ হৈছে একাংশ মন্ত্ৰী, বিধায়কে সৰুসজাইত পিছফালৰ দুৱাৰেদি প্ৰৱেশ কৰি ভিআইপি পৰম্পৰাৰ সুবিধা লৈছে, যিটো গ্ৰহণযোগ্য হʼব নোৱাৰে। অহা ২২ চেপ্তেম্বৰৰ পৰা সাধাৰণ ব্যক্তিৰ দৰে শাৰী পাতি শিল্পীগৰাকীলৈ শ্ৰদ্ধা জনাব লাগিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে স্পষ্টকৈ কয়।

Leave a Reply

Your email address will not be published. Required fields are marked *

Related Posts