Shopping cart

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

TnewsTnews
  • Home
  • উত্তৰ-পূব
  • অসম
  • জামুগুৰিৰ ৮ বছৰীয়া কণমানি ভাগ্যশ্ৰী ডেকাৰ গীতৰ এলবাম “পখিলা” উন্মোচন নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ।
অসম

জামুগুৰিৰ ৮ বছৰীয়া কণমানি ভাগ্যশ্ৰী ডেকাৰ গীতৰ এলবাম “পখিলা” উন্মোচন নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ।

Email :14

জামুগুৰিহাটৰ মহমৰাপাৰৰ হলি চাইল্ড ইংলিছ স্কুলৰ তৃতীয় শ্ৰেণীৰ কণমানি ৮ বছৰীয়া ভাগ্যশ্ৰী ডেকাৰ নিজ বাসগৃহত তাইৰ স্বৰচিত আৰু কণ্ঠদান কৰা গীতৰ এলবাম “পখিলা” উন্মোচন কৰি অতি আনন্দ অনুভৱ কৰা বুলি নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই মনৰ ভাৱ প্ৰভাৱ কৰে। তেখেতে অন্তৰৰ পৰা ভাগ্যশ্ৰীৰ সংগীত সাধানা ভৱিষ্যতেও যেন অব্যাহত থাকে তাকেই আশীৰ্বাদ দিয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Related Posts