Email :23
চতিয়াৰ কেইবা শতাধিক ছাত্ৰ-ছাত্ৰীক একত্ৰিত কৰি আয়োজন কৰা এই গ্ৰীষ্মকালীন প্ৰশিক্ষণ শিবিৰত উপস্থিত থাকে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকা, চতিয়া নগৰৰ পৌৰপতী দিপশিখা সন্দিকৈ, চতিয়া ৩ নং গাঁও পঞ্চায়তৰ সভাপতি উদয় শংকৰ শইকীয়া, লগতে নাগশংকৰ মণ্ডলৰ জিলা পৰিষদৰ সদস্য হিতেশ বৰুৱা আৰু বিভিন্ন ক্ৰীড়া প্ৰেমী ৰাইজসকল।