Shopping cart

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

TnewsTnews
  • Home
  • উত্তৰ-পূব
  • অসম
  • চতিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ আৰ আই ডি এফ XXX আঁচনিৰ অধীনত নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভণি কৰে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই।
অসম

চতিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ আৰ আই ডি এফ XXX আঁচনিৰ অধীনত নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভণি কৰে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই।

Email :16

১৯২১ চনত অসম আন্দোলনৰ সময়ত চতিয়া জাতীয় হাইস্কুল প্ৰতিষ্ঠা হৈছিল । এই শিক্ষানুষ্ঠানখন ১৯৭৭ চনত চতিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় হিচাপে পৰিচয় লাভ কৰে। আজি গ্ৰাম্য আন্তঃগাঁথনি উন্নয়ন পুঁজি (আৰ আই ডি এফ XXX) ৰ অধীনত নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভণি কৰে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই। এই পদক্ষেপে শিক্ষক-শিক্ষয়িত্ৰীসকলৰ লগতে ছাত্ৰ-ছাত্ৰীসকলকো উপকৃত কৰিব বুলি বিধায়কগৰাকীয়ে আশা কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Related Posts