Shopping cart

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

TnewsTnews
  • Home
  • উত্তৰ-পূব
  • অসম
  • গৰুখুঁটি প্ৰকল্পৰ অধ্যক্ষ পদ্ম হাজৰিকাই যোৱা ৩০ জুলাই তাৰিখে গৰুখুঁটি প্ৰকল্পৰ এক বিশেষ পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে।
অসম

গৰুখুঁটি প্ৰকল্পৰ অধ্যক্ষ পদ্ম হাজৰিকাই যোৱা ৩০ জুলাই তাৰিখে গৰুখুঁটি প্ৰকল্পৰ এক বিশেষ পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে।

Email :15

গৰুখুঁটি প্ৰকল্পৰ অধ্যক্ষ পদ্ম হাজৰিকাই যোৱা ৩০ জুলাই তাৰিখে গৰুখুঁটি প্ৰকল্পৰ এক বিশেষ পৰ্যালোচনা বৈঠকত স্থানীয় বিধায়ক ডঃ পৰমানন্দ ৰাজবংশীদেৱৰ লগতে সম জিলাৰ সম আয়ুক্ত, ৰাজহ চক্ৰ বিষয়া, পৰিচালনা সমিতিৰ বিষয়ববীয়া আৰু কৃষি সৈনিকসকলৰ সৈতে মিলিত হৈছিল। তেখেতে প্ৰকল্পৰ আগন্তক কৃষি বৰ্ষৰ উপাৰ্জন এই বর্ষতকৈ দুগুণ কৰিবলৈ সকলোকে আহ্বান জনালে। অসমত গাখীৰৰ চাহিদা পূৰণ কৰিবলৈ দুগ্ধ বিপ্লৱ তেওঁলোকৰ যি লক্ষ্য, সেই লক্ষ্য প্ৰাপ্তিৰ বাবে তেওঁলোক দৃঢ় প্ৰতিজ্ঞ বুলি তেখেতে উল্লেখ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Related Posts