Shopping cart

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

TnewsTnews
  • Home
  • গুৱাহাটী
  • গুৱাহাটীৰ হস্ততাঁত শিপিনী অনুৰাধা কুলিলৈ ২০২৪ বৰ্ষৰ সন্ত কবীৰ হস্ততাঁত বঁটা ।
গুৱাহাটী

গুৱাহাটীৰ হস্ততাঁত শিপিনী অনুৰাধা কুলিলৈ ২০২৪ বৰ্ষৰ সন্ত কবীৰ হস্ততাঁত বঁটা ।

Email :25

পৰম্পৰাগত অসমীয়া ৰেচম বোৱাৰ ক্ষেত্ৰত অনুৰাধা কুলিৰ বিশেষ অৱদানৰ স্বীকৃতি স্বৰূপে তেখেতক বাছনি কৰা হৈছে। তেখেতক ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মই অহা ৭ আগষ্টত এই বঁটা দিল্লীত প্ৰদান কৰিব।

Leave a Reply

Your email address will not be published. Required fields are marked *

Related Posts