Shopping cart

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

TnewsTnews
  • Home
  • গুৱাহাটী
  • গুৱাহাটীস্থিত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ভাৰত সঞ্চাৰ নিগম লিমিটেডে চৰকাৰী মালিকানাধীন “স্বদেশী ৪ জি নেটৱৰ্ক”ৰ আনুষ্ঠানিক মুকলি অনুষ্ঠানত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অংশগ্ৰহণ।
গুৱাহাটী

গুৱাহাটীস্থিত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ভাৰত সঞ্চাৰ নিগম লিমিটেডে চৰকাৰী মালিকানাধীন “স্বদেশী ৪ জি নেটৱৰ্ক”ৰ আনুষ্ঠানিক মুকলি অনুষ্ঠানত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অংশগ্ৰহণ।

Email :24

প্ৰয়াত কণ্ঠশিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলিৰে এই কাৰ্যসূচীৰ আৰম্ভ হয়। ব্যৱহাৰকাৰীসকলক দ্ৰুত আৰু অধিক নিৰ্ভৰযোগ্য ৪ জি সেৱাৰ প্ৰতিশ্ৰুতিৰে ভাৰত সঞ্চাৰ নিগম লিমিটেড আগবঢ়োৱা এই সেৱাই দেশৰ নেটৱৰ্ক সংযোগ উন্নত কৰাৰ লগতে থলুৱা প্ৰযুক্তিৰ প্ৰসাৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰ্চুৱেলভাৱে এই নেটৱৰ্কটো আনুষ্ঠানিকভাৱে মুকলি কৰাৰ লগে-লগে ই ডিজিটেল ভাৰত গঢ়াৰ ধাৰণাকো সঠিক দিশত আগুৱাই নিবলৈ সক্ষম হʼব বুলি আশা কৰিব পাৰি।

Leave a Reply

Your email address will not be published. Required fields are marked *

Related Posts