Email :59
গুৱাহাটী সীমান্তৰ অধীনস্থ সীমান্ত সুৰক্ষা বাহিনীয়ে মাদক দ্ৰব্য নিয়ন্ত্ৰণ ব্যুৰোৰ সহযোগত কোচবিহাৰ জিলাৰ ভাৰত বাংলাদেশ সীমান্তত এজন গাঞ্জা সৰবৰাহকাৰীক কৰায়ত্ত কৰে। প্ৰেছ বিজ্ঞপ্তিৰ দ্বাৰা জনোৱা হৈছে যে আটক কৰা সৰবৰাহকাৰীজনক আৰু জব্দ কৰা সামগ্ৰীসমূহ অধিক আইনী ব্যৱস্থাৰ বাবে নাৰ্কটিকছ কণ্ট্ৰল ব্যুৰোৰ জিম্মাত ৰখা হৈছে।













